உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • যোৰহাটত আজি ডিজিপিৰ সৈতে উজনিৰ কেইবাখনো জিলাৰ আৰক্ষী, নিৰাপত্তা বাহিনীৰ গুৰুত্বপূৰ্ণ বৈঠক

    যোৰহাটত আজি ডিজিপিৰ সৈতে উজনিৰ কেইবাখনো জিলাৰ আৰক্ষী, নিৰাপত্তা বাহিনীৰ গুৰুত্বপূৰ্ণ বৈঠক

    বটদ্ৰৱা কাণ্ডৰ পিছতে হঠাৎ অনুষ্ঠিত এই বৈঠকে বিশেষ তাৎপৰ্য বহন কৰিছে।

    বটদ্ৰৱা কাণ্ডৰ পিছতে হঠাৎ অনুষ্ঠিত এই বৈঠকে বিশেষ তাৎপৰ্য বহন কৰিছে।

    বটদ্ৰৱা কাণ্ডৰ পিছতে হঠাৎ অনুষ্ঠিত এই বৈঠকে বিশেষ তাৎপৰ্য বহন কৰিছে।

    • Share this:
    যোৰহাটত আজি দুপৰীয়া আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰ জ্যোতি মহন্ত মিলিত হ’ব উজনি অসমৰ কেইবাখনো জিলাৰ আৰক্ষী তথা শীৰ্ষ নিৰাপত্তা বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত। আৰক্ষীৰ পূব মণ্ডলৰ অধীনত থকা জিলাকেইখনৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক, সেনা বাহিনী, আছাম ৰাইফলছৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব আৰক্ষী সঞ্চালক প্ৰধানগৰাকী। বটদ্ৰৱা কাণ্ডৰ পিছতে হঠাৎ অনুষ্ঠিত এই বৈঠকে বিশেষ তাৎপৰ্য বহন কৰিছে।
    Published by:Sanjay Kumar Das
    First published: