বটদ্ৰৱা কাণ্ডৰ পিছতে হঠাৎ অনুষ্ঠিত এই বৈঠকে বিশেষ তাৎপৰ্য বহন কৰিছে।
বটদ্ৰৱা কাণ্ডৰ পিছতে হঠাৎ অনুষ্ঠিত এই বৈঠকে বিশেষ তাৎপৰ্য বহন কৰিছে।
যোৰহাটত আজি দুপৰীয়া আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰ জ্যোতি মহন্ত মিলিত হ’ব উজনি অসমৰ কেইবাখনো জিলাৰ আৰক্ষী তথা শীৰ্ষ নিৰাপত্তা বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত। আৰক্ষীৰ পূব মণ্ডলৰ অধীনত থকা জিলাকেইখনৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক, সেনা বাহিনী, আছাম ৰাইফলছৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব আৰক্ষী সঞ্চালক প্ৰধানগৰাকী। বটদ্ৰৱা কাণ্ডৰ পিছতে হঠাৎ অনুষ্ঠিত এই বৈঠকে বিশেষ তাৎপৰ্য বহন কৰিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|