Assam Election Results 2021 : অসমবাসীক ধন্যবাদ জনালে ডিজিপি ভাস্কৰজ্যোতি মহন্তই, জনালে এই আহ্বান

News18 Assam | News18-Assam
Updated:May 2, 2021, 12:50 PM IST
Assam Election Results 2021 : অসমবাসীক ধন্যবাদ জনালে ডিজিপি ভাস্কৰজ্যোতি মহন্তই, জনালে এই আহ্বান
Assam Assembly Election Results 2021 : জয়ী প্ৰাৰ্থীক ৰাজপথত কোনো ধৰণৰ বিজয় উৎসৱ পালন কৰিবলৈ ওলাই নাহিবলৈ আহ্বান জনালে ভাস্কৰজ্যোতি মহন্তই।

Assam Assembly Election Results 2021 : জয়ী প্ৰাৰ্থীক ৰাজপথত কোনো ধৰণৰ বিজয় উৎসৱ পালন কৰিবলৈ ওলাই নাহিবলৈ আহ্বান জনালে ভাস্কৰজ্যোতি মহন্তই।

  • Share this:
অসমবাসীক ধন্যবাদ জনালে আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই। এইপৰ্যন্ত শান্তিপূৰ্ণভাৱে কোভিড প্ৰটকল মানি সমগ্ৰ ৰাজ্যত ভোটগণনা চলি আছে। যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু অসম আৰক্ষী। জয়ী প্ৰাৰ্থীক ৰাজপথত কোনো ধৰণৰ বিজয় উৎসৱ পালন কৰিবলৈ ওলাই নাহিবলৈ আহ্বান জনালে ভাস্কৰজ্যোতি মহন্তই। সকলোকে N95 মাক্স পিন্ধিবলৈ আহ্বান।
Published by: Sanjay Kumar Das
First published: May 2, 2021, 12:50 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি