
Assam Assembly Election Results 2021 : জয়ী প্ৰাৰ্থীক ৰাজপথত কোনো ধৰণৰ বিজয় উৎসৱ পালন কৰিবলৈ ওলাই নাহিবলৈ আহ্বান জনালে ভাস্কৰজ্যোতি মহন্তই।
Assam Assembly Election Results 2021 : জয়ী প্ৰাৰ্থীক ৰাজপথত কোনো ধৰণৰ বিজয় উৎসৱ পালন কৰিবলৈ ওলাই নাহিবলৈ আহ্বান জনালে ভাস্কৰজ্যোতি মহন্তই।
অসমবাসীক ধন্যবাদ জনালে আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই। এইপৰ্যন্ত শান্তিপূৰ্ণভাৱে কোভিড প্ৰটকল মানি সমগ্ৰ ৰাজ্যত ভোটগণনা চলি আছে। যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু অসম আৰক্ষী। জয়ী প্ৰাৰ্থীক ৰাজপথত কোনো ধৰণৰ বিজয় উৎসৱ পালন কৰিবলৈ ওলাই নাহিবলৈ আহ্বান জনালে ভাস্কৰজ্যোতি মহন্তই। সকলোকে N95 মাক্স পিন্ধিবলৈ আহ্বান।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|