
এমাহ দুমাহ নহয় চাৰি মাহৰ দৰমহা পোৱা নাই হাফলং পৰিষদীয় সমষ্টিৰ নিৰ্বাচিত জনপ্ৰতিনিধি ডেনিয়েল লাংথাছাই
এমাহ দুমাহ নহয় চাৰি মাহৰ দৰমহা পোৱা নাই হাফলং পৰিষদীয় সমষ্টিৰ নিৰ্বাচিত জনপ্ৰতিনিধি ডেনিয়েল লাংথাছাই
এমাহ দুমাহ নহয় চাৰি মাহৰ দৰমহা পোৱা নাই হাফলং পৰিষদীয় সমষ্টিৰ নিৰ্বাচিত জনপ্ৰতিনিধি ডেনিয়েল লাংথাছাই। ক'ৰোণা ভাইৰাছৰ সময়ত সমষ্টিৰ কিছু পৰিয়ালক সহায় কৰিব বিচৰা ডেনিয়েল লাংথাছা এতিয়া বঞ্চিত হৈছে দৰমহা কেইটাৰ পৰাও।।
সেয়েহে চাৰি মাহৰ দৰমহা শীঘ্ৰে আদায় দিয়াৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক দাবী জনালে পৰিষদীয় নিৰ্বাচিত সদস্য গৰাকীয়ে।উল্লেখযোগ্য যে পাহাৰীয়া জিলাখনৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লগতে হাফলং পৌৰসভা আৰু প্ৰাথমিক শিক্ষকে বিগত দহ মাাহে পোৱা নাই দৰমহা।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|