পুনৰ উত্তপ্ত ডিমৌৰ পৰিস্থিতি। বিজেপি যুৱ মৰ্চাৰ কৰ্মীয়ে শিল্পী মানস ৰবীনৰ পিছত আজি পুনৰ অপমানিত কৰিলে বীৰ লাচিত সেনাৰ শৃংখল চলিহা আৰু কবিন্দ্ৰ চেতিয়াফুকন সহ পুৰুষ, মহিলাৰ লাচিত সেনাৰ কৰ্মীক। শিল্পী মানস ৰবীনক অপমান আৰু বিহু ৰাজনৈতিকৰণ নকৰাৰ আহ্বান জনাই বেনাৰ লগাবলৈ আহোতে বিজেপি যুৱ মৰ্চাৰ কৰ্মী সকলে ভাবে বাধা দিয়াৰ লগতে চুড়ান্ত অশ্লীল বাক্যৰে অপমান কৰাৰ অভিযোগ। ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা ডিমৌ আৰক্ষীৰ।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : March 15, 2020, 15:57 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।