পেঙেৰীত ডকাইতে অস্ত্ৰ দেখুৱাই যুৱকৰ পৰা লুটিলে ১ লাখ ৪০ হাজাৰ টকা

দুৰ্বৃত্তই লৈ গ’ল মোবাইল আৰু বাইকৰ চাবিও। গোটৰ পৰা ঋণ হিচাপে লোৱা টকা লুটি নিয়ে ডকাইতে। টকা লৈ ঘৰলৈ ওভতাৰ পথতে সংঘটিত হয় এই ডকাইতি কাণ্ড।

news18assam
Updated:June 5, 2019, 10:11 PM IST
পেঙেৰীত ডকাইতে অস্ত্ৰ দেখুৱাই যুৱকৰ পৰা লুটিলে ১ লাখ ৪০ হাজাৰ টকা
দুৰ্বৃত্তই লৈ গ’ল মোবাইল আৰু বাইকৰ চাবিও। গোটৰ পৰা ঋণ হিচাপে লোৱা টকা লুটি নিয়ে ডকাইতে। টকা লৈ ঘৰলৈ ওভতাৰ পথতে সংঘটিত হয় এই ডকাইতি কাণ্ড।
news18assam
Updated: June 5, 2019, 10:11 PM IST
পেঙেৰী-ডিগবৈ পথৰ বনাঞ্চলত ডকাইতি। দুৰ্বৃত্তই লুটি নিলে ১ লাখ ৪০ হাজাৰ টকা। অস্ত্ৰ দেখুৱাই প্ৰণৱ হাজৰিকা নামৰ যুৱক এজনক লুটপাত চলালে দুৰ্বৃত্তই। গোটৰ পৰা ঋণ হিচাপে লোৱা টকা লুটি নিয়ে ডকাইতে।

ভুক্তভোগী প্ৰণৱ হাজৰিকা


টকা লৈ ঘৰলৈ ওভতাৰ পথতে সংঘটিত হয় এই ডকাইতি কাণ্ড। দুৰ্বৃত্তই লৈ গ’ল মোবাইল আৰু বাইকৰ চাবিও। বাইকত আহিছিল চাৰিজনীয়া ডকাইতৰ দল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি