জাপানীছ এনচেফেলাইটিছত আক্ৰান্ত হৈ কৰিমগঞ্জত মৃত্যু টেট শিক্ষকৰ

মৃত প্ৰধান শিক্ষকজনৰ নাম  মনোজ কৈৰী। মনোজ চেৰাগিবন্দৰ নিবাসী। এইপৰ্যন্ত এনচেফেলাইটিছত আক্ৰান্ত ২২জনৰ মৃত্যু। 

News18-Assam
Updated:July 1, 2019, 1:13 PM IST
জাপানীছ এনচেফেলাইটিছত আক্ৰান্ত হৈ কৰিমগঞ্জত মৃত্যু টেট শিক্ষকৰ
মৃত প্ৰধান শিক্ষকজনৰ নাম  মনোজ কৈৰী। মনোজ চেৰাগিবন্দৰ নিবাসী। এইপৰ্যন্ত এনচেফেলাইটিছত আক্ৰান্ত ২২জনৰ মৃত্যু। 
News18-Assam
Updated: July 1, 2019, 1:13 PM IST
জাপানীছ এনচেফেলাইটিছত আক্ৰান্ত হৈ আৰু এজন লোকৰ মৃত্যু। কৰিমগঞ্জত মৃত্যু  জাপানীছ এনচেফেলাইটিছত আক্ৰান্ত টেট শিক্ষকৰ মৃত্যু। মৃত প্ৰধান শিক্ষকজনৰ নাম  মনোজ কৈৰী। মনোজ চেৰাগিবন্দৰ নিবাসী। এইপৰ্যন্ত এনচেফেলাইটিছত আক্ৰান্ত ২২জনৰ মৃত্যু।
আৰু চাওক পৰৱৰ্তী বাতৰি