গুৱাহাটীত বাছৰ ভিতৰত কাৰ মৃতদেহ?

গুৱাহাটীৰ নাৰেংগী বোন্দাত চিটী বাছৰ ভিতৰত মৃতদেহ উদ্ধাৰ। AS-01-GC-7494 নম্বৰৰ বাছখনৰ ভিতৰত উদ্ধাৰ হৈছে খোদ চালকজনৰ মৃতদেহ।

News18-Assam
Updated:August 3, 2019, 5:48 PM IST
গুৱাহাটীত বাছৰ ভিতৰত কাৰ মৃতদেহ?
গুৱাহাটীৰ নাৰেংগী বোন্দাত চিটী বাছৰ ভিতৰত মৃতদেহ উদ্ধাৰ। AS-01-GC-7494 নম্বৰৰ বাছখনৰ ভিতৰত উদ্ধাৰ হৈছে খোদ চালকজনৰ মৃতদেহ।
News18-Assam
Updated: August 3, 2019, 5:48 PM IST
গুৱাহাটীৰ নাৰেংগী বোন্দাত চিটী বাছৰ ভিতৰত মৃতদেহ উদ্ধাৰ। AS-01-GC-7494 নম্বৰৰ বাছখনৰ ভিতৰত উদ্ধাৰ হৈছে খোদ চালকজনৰ মৃতদেহ। মৃত চালকজন নুনমাটিৰ নিবাসী আজিজুল আলী বুলি চিনাক্ত আৰক্ষীয়ে। অৱশ্যে চালকজনক হত্যা কৰা হৈছে নে অন্য কোনো কাৰণ এই সমগ্ৰ ঘটনাটো এতিয়া ৰহস্যৰ আৱৰ্তত। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া।
আৰু চাওক পৰৱৰ্তী বাতৰি