অমানৱীয়! মহানগৰীৰ কাহিলীপাৰাত হৃদয়হীন পিতৃ–মাতৃৰ জঘন্য কাণ্ড

News18 Assam | News18-Assam
Updated:February 9, 2020, 4:02 PM IST
অমানৱীয়! মহানগৰীৰ কাহিলীপাৰাত হৃদয়হীন পিতৃ–মাতৃৰ জঘন্য কাণ্ড
মডাৰ্ণ স্কুলৰ পথৰ সন্মুখত একাংশ স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃত নৱজাতকটি।

মডাৰ্ণ স্কুলৰ পথৰ সন্মুখত একাংশ স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃত নৱজাতকটি।

  • Share this:
মহানগৰীত মানৱতাক লজ্জানত কৰা ঘটনা। কাহিলীপাৰাত উদ্ধাৰ এটি নৱজাতকৰ মৃতদেহ। ডাষ্টবিনত উদ্ধাৰ হৈছে মৃত নৱজাতকটি। কোনো হৃদয়হীন লোকে পেলাই থৈ যোৱাৰ সন্দেহ। মডাৰ্ণ স্কুলৰ পথৰ সন্মুখত একাংশ স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃত নৱজাতকটি। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো।
আৰু চাওক
পৰৱৰ্তী বাতৰি