পুৱাই নগাঁও চহৰৰ মাজমজিয়াত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য। নগাঁৱৰ আৰ কে ৰোডৰ পথৰ দাঁতিতে উদ্ধাৰ এটা মৃতদেহ। নগাঁৱৰ কবৰস্থানৰ সমীপত সংঘটিত হৈছে এই ঘটনা। কোনো দুৰ্বৃত্তই লোকজনক হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰা হৈছে। ঘটনাস্থলীত উপস্থিত হৈছে নগাঁও সদৰ আৰক্ষীৰ দল।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 26, 2022, 13:34 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|