কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ

News18 Assam | News18-Assam
Updated:May 22, 2020, 9:02 PM IST
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ
প্ৰায় দুই বছৰীয়া বয়সৰ ঢেকীয়াপতীয়া বাঘটোৰ মৃত্যু আন বাঘৰ সৈতে যুজঁ কৰি হোৱা বুলি সন্দেহ কৰিছে বন বিভাগে।

প্ৰায় দুই বছৰীয়া বয়সৰ ঢেকীয়াপতীয়া বাঘটোৰ মৃত্যু আন বাঘৰ সৈতে যুজঁ কৰি হোৱা বুলি সন্দেহ কৰিছে বন বিভাগে।

  • Share this:
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শুকুৰবাৰে উদ্ধাৰ হয় এটা ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ। উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চলৰ অন্তৰ্গত জনতা বন শিবিৰ এলেকাত উদ্ধাৰ হয় ঢেকীয়াপতীয়া বাঘৰ মৃতদহটো। প্ৰায় দুই বছৰীয়া বয়সৰ ঢেকীয়াপতীয়া বাঘটোৰ মৃত্যু আন বাঘৰ সৈতে যুজঁ কৰি হোৱা বুলি সন্দেহ কৰিছে বন বিভাগে। পৰৱৰ্তী সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক, বনাঞ্চলিক বিষয়াৰ উপস্থিতিত সৎকাৰ কৰা হয় ঢেকীয়াপতীয়া বাঘটোৰ মৃতদেহটো।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading