মহানগৰীৰ সুন্দৰপুৰত কৃত্ৰিম বানত ভৰলুত উটি যোৱা লোকজনৰ মৃতদেহ উদ্ধাৰ

তিয়ালৈ জানিব পৰা হোৱা নাই মৃত লোকজনৰ পৰিচয়।

News18-Assam
Updated:August 16, 2019, 9:30 AM IST
মহানগৰীৰ সুন্দৰপুৰত কৃত্ৰিম বানত ভৰলুত উটি যোৱা লোকজনৰ মৃতদেহ উদ্ধাৰ
তিয়ালৈ জানিব পৰা হোৱা নাই মৃত লোকজনৰ পৰিচয়।
News18-Assam
Updated: August 16, 2019, 9:30 AM IST
গুৱাহাটীত কৃত্ৰিম বানত এজনৰ মৃত্যু। বৃহস্পতিবাৰে মহানগৰীৰ সুন্দৰপুৰত ভৰলুত উটি যোৱা লোকজনৰ মৃতদেহ উদ্ধাৰ। আজি পুৱা SDRF-এ উদ্ধাৰ কৰিলে লোকজনৰ মৃতদেহ। এতিয়ালৈ জানিব পৰা হোৱা নাই মৃত লোকজনৰ পৰিচয়। বৃহস্পতিবাৰে এজাক বৰষুণতে সৃষ্টি হোৱা কৃত্ৰিম বানত উটি গৈছিল লোকজন। চাইকেলেৰে গৈ থকা অৱস্থাতে উটি গৈছিল লোকজন।
আৰু চাওক পৰৱৰ্তী বাতৰি