গুৱাহাটীলৈ অনা হ’ব মেধাৱী ছাত্ৰৰ নিকুমণি কাকতিৰ মৃতদেহ

ইউক্ৰেইনৰ পৰা অসমলৈ মৃতদেহ অনাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতীয় দূতাবাসে।

News18-Assam
Updated:June 12, 2019, 10:26 AM IST
গুৱাহাটীলৈ অনা হ’ব মেধাৱী ছাত্ৰৰ নিকুমণি কাকতিৰ মৃতদেহ
ইউক্ৰেইনৰ পৰা অসমলৈ মৃতদেহ অনাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতীয় দূতাবাসে।
News18-Assam
Updated: June 12, 2019, 10:26 AM IST
উইক্ৰেইনত সাগৰত সাঁতুৰিবলৈ গৈ কৰুণ মৃত্যুক সাবটি লোৱা গুৱাহাটীৰ মেধাৱী ছাত্ৰ নিকুমণি কলিতাৰ মৃতদেহ অনা হ’ব গুৱাহাটীলৈ। ইউক্ৰেইনৰ পৰা অসমলৈ মৃতদেহ অনাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতীয় দূতাবাসে। মৃতদেহ গুৱাহাটীলৈ আনিবলৈ অপৰাগ পৰিয়ালে যোগাযোগ কৰিছিল ভাৰতীয় দূতাবাসৰ সৈতে। সাগৰত সাঁতুৰিবলৈ গৈ মৃত্যু হৈছিল চিকিৎসা বিজ্ঞানৰ ছাত্ৰ নিকুমণিৰ। গুৱাহাটীৰ লালগণেশৰ ধীৰেন কাকতি আৰু দীপাঞ্জলি কাকতিৰ পুত্ৰ নিকুমণি।
আৰু চাওক পৰৱৰ্তী বাতৰি