• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰঙিয়াত মৃতদেহ উদ্ধাৰকলৈ চাঞ্চল্য, ইক’ পাৰ্কৰ সন্মুখৰ নলাত উদ্ধাৰ এটা মৃতদেহ 

ৰঙিয়াত মৃতদেহ উদ্ধাৰকলৈ চাঞ্চল্য, ইক’ পাৰ্কৰ সন্মুখৰ নলাত উদ্ধাৰ এটা মৃতদেহ 

স্থানীয় লোকে এয়া এক দুৰ্ঘটনা বুলি সন্দেহ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে।

স্থানীয় লোকে এয়া এক দুৰ্ঘটনা বুলি সন্দেহ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে।

স্থানীয় লোকে এয়া এক দুৰ্ঘটনা বুলি সন্দেহ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে।

  • Share this:
    ৰঙিয়াত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য। ৰঙিয়া নগৰৰ ইক' পাৰ্কৰ সন্মুখৰ নলাত উদ্ধাৰ এটা মৃতদেহ। মৃতদেহ উদ্ধাৰৰ পিছতে হাহাকাৰ লাগিল পাৰ্কলৈ যোৱা লোকসকলৰ মাজত। পিছত পৰিয়ালৰ লোকে মৃতদেহটো ৰঙিয়াৰ সৰস্বতী কলনীৰ উদ্ধৱ ভৱাল বুলি চিনাক্ত কৰে।

    পুৱা ৮ বজাত ঘৰৰ পৰা ওলাই অহা উদ্ধৱ ভৱালৰ কেনেদৰে মৃত্যু হ'ল সেয়া ৰহস্যৰ আৱৰ্তত। কিয়নো মৃতদেহটোত নাই কোনো আঘাতৰ চিন। এটা নলাত মৃতদেহটো উদ্ধাৰ হয়। অৱশ্যে স্থানীয় লোকে এয়া এক দুৰ্ঘটনা বুলি সন্দেহ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে। ৫৪ বছৰীয়া লোকজনৰ অকাল মৃত্যুত সৰস্বতী কলনীত শোকৰ ছাঁ পৰে।
    Published by:Sanjay Kumar Das
    First published: