কোনেও যাতে সুৰাপান কৰি গাড়ী নচলাই। লাইচেন্স নোহোৱাকৈ, তীব্ৰ গতিত, বাহন চলাওতে ছিটবেল্ট অবিহনে যাতে গাড়ী নচলায়।
২০ ডিচেম্বৰৰ পৰা ২৮ ডিচেম্বৰ লৈ সুৰাপান কৰি বাহন চলোৱা চালকৰ মুঠ ৩৭৫ গোচৰ ৰুজু হৈছে।
DCPৰ কঠোৰ নিৰ্দেশনা শ্বপিং মল, বাৰ, হোটেল, ৰেস্তোৰাঁসমূহত পৰ্যাপ্ত পৰিমাণৰ লাইট আৰু CCTV, পাৰ্কিঙত CCTV লগাব লাগিব ।
পিকনিক স্পটসমূহত সুৰা বিক্ৰী কৰিব নোৱাৰিব। যান-বাহন আৰক্ষীৰ আহ্বান একেটা পৰিয়ালৰ যদি বেছি গাড়ী আছে, তেতিয়াহ'লে ঘৰৰ পৰা এখন গাড়ী লৈ বাহিৰলৈ ওলাওক।
লেন ড্ৰাইভিং কৰি গাড়ী চলাবলৈ আহ্বান। অতিশীঘ্ৰে কাৰ্যকৰী হ'ব ছিগনেল লাইটৰ কেমেৰাৰ চালান।
Published by: Gautam Barman
FIRST PUBLISHED : December 29, 2022, 21:13 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|