এক্সন মুডত উপায়ুক্ত কীৰ্তি জল্লি৷ শিক্ষকৰ দৰমহা হ'ল্ড কৰিলে উপায়ুক্ত কীৰ্তি জল্লিয়ে৷ দক্ষিণ কামৰূপৰ সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰি এমাহৰ বাবে দৰমহা স্থগিত কৰাৰ নিৰ্দেশ জিলা উপায়ুক্তৰ৷
শিক্ষকতাত অনিয়মৰ অভিযোগত অন কেমেৰা দৰমহা স্থগিত কৰাৰ নিৰ্দেশ কীৰ্তি জল্লিৰ৷ আনকি জিলা উপায়ুক্ত কীৰ্তি জল্লিয়ে অন কেমেৰা শিক্ষকক ট্ৰেন্সফাৰ কৰাৰো সকীয়নি দিয়ে। এমাহৰ পিছত তদন্ত কৰিহে দৰমহা দিয়াৰ কথা চিন্তা কৰিব বুলি ক'লে উপায়ুক্তগৰাকীয়ে৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|