• Home
  • »
  • News
  • »
  • assam
  • »
  • স্থানীয় লোকক দুৰ্ব্যৱহাৰ! হোজাই জিলাৰ উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তক নিলম্বন

স্থানীয় লোকক দুৰ্ব্যৱহাৰ! হোজাই জিলাৰ উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তক নিলম্বন

এজন স্কুটী আৰোহীয়ে লংকা- নগাঁও সংযোগী চাৰিলেনযুক্ত পথেৰে ওলোটা দিশেৰে আহি থকা অৱস্থাত প্ৰত্যক্ষ কৰি খেদি খেদি মাৰপিট কৰাৰ অভিযোগ উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তৰ বিৰুদ্ধে।

  • Share this:
হোজাই জিলাৰ উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তক নিলম্বন। লংকাত স্থানীয় লোকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত নিলম্বন কৰা হৈছে দুয়োগৰাকী বিষয়াক। এজন স্কুটী আৰোহীয়ে লংকা- নগাঁও সংযোগী চাৰিলেনযুক্ত পথেৰে ওলোটা দিশেৰে আহি থকা অৱস্থাত প্ৰত্যক্ষ কৰি খেদি খেদি মাৰপিট কৰাৰ অভিযোগ উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তৰ বিৰুদ্ধে। লংকাৰ ৭নং ৱাৰ্ডৰ শীলবস্তিত সংঘটিত হয় এই ঘটনা।

এই সমগ্ৰ ঘটনা বন্দী হৈ ৰয় চিচিটিভি কেমেৰাত। পৰৱৰ্তী সময়ত ঘটনাস্থলীত লংকা আৰক্ষী উপস্থিত হৈ আঘাতপ্ৰাপ্ত লোকক চিকিৎসালয়লৈ লৈ আনে। ইফালে উক্ত ঘটনাৰ পিছত উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তক নিলম্বনৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি