ৰঞ্জিত দাসৰ পদাংক অনুসৰণেৰে ৰাজনীতিলৈ কন্যা ৰোজীশ্ৰীয়া

বিজেপিত যোগদান কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত দাসৰ কন্যাই, আনুষ্ঠানিকভাৱে গেৰুৱা দলটোত যোগদান কৰিলে দাসৰ কন্যা ৰোজীশ্ৰীয়া ৰণজিত দাসে

news18assam
Updated:April 19, 2019, 6:23 PM IST
ৰঞ্জিত দাসৰ পদাংক অনুসৰণেৰে ৰাজনীতিলৈ কন্যা ৰোজীশ্ৰীয়া
বিজেপিত যোগদান কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত দাসৰ কন্যাই, আনুষ্ঠানিকভাৱে গেৰুৱা দলটোত যোগদান কৰিলে দাসৰ কন্যা ৰোজীশ্ৰীয়া ৰণজিত দাসে
news18assam
Updated: April 19, 2019, 6:23 PM IST
বিজেপিত যোগদান কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত দাসৰ কন্যাই। আনুষ্ঠানিকভাৱে গেৰুৱা দলটোত যোগদান কৰিলে দাসৰ কন্যা ৰোজীশ্ৰীয়া ৰণজিত দাসে। বৰপেটাত বিজেপিৰ এক নিৰ্বাচনী সভাত যোগদান কৰিলে বিজেপিত। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত ৰোজীশ্ৰীয়াই যোগদান কৰিলে দলটোত।

সভাত উপস্থিত থাকে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু অগপ সভাপতি অতুল বৰাও। বিজেপিত যোগ দিলে আন কেইবাটাও ৰাজনৈতিক দলৰ সদস্যয়ো। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি বৰপেটাত নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী সোণোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিত দাসে।

আজমলৰ দূৰ্গ ধুবুৰীত তৃণমূলৰ হৈ প্ৰচাৰ চলালে পশ্চিম বংগৰ অভিনেত্ৰী নুছৰৎ জাহানে :

আৰু চাওক পৰৱৰ্তী বাতৰি