বটদ্ৰৱা থানা আক্ৰমণ কাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ। মূল অভিযুক্ত আল্লাউদ্দিনক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। দৰং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কুখ্যাত ডকাইট আল্লাউদ্দিনক।আল্লাউদ্দিনক চমজি ল'বলৈ নগাঁও আৰক্ষীৰ দল দৰং অভিমুখে ৰাওনা হৈছে বুলি জানিব পৰা গৈছে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : May 26, 2022, 23:25 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।