• Home
  • »
  • News
  • »
  • assam
  • »
  • বটদ্ৰৱা থানা আক্ৰমণ কাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ! দৰং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কুখ্যাত ডকাইট আল্লাউদ্দিনক

বটদ্ৰৱা থানা আক্ৰমণ কাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ! দৰং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কুখ্যাত ডকাইট আল্লাউদ্দিনক

আল্লাউদ্দিনক চমজি ল'বলৈ নগাঁও আৰক্ষীৰ দল দৰং অভিমুখে ৰাওনা হৈছে বুলি জানিব পৰা গৈছে।

আল্লাউদ্দিনক চমজি ল'বলৈ নগাঁও আৰক্ষীৰ দল দৰং অভিমুখে ৰাওনা হৈছে বুলি জানিব পৰা গৈছে।

আল্লাউদ্দিনক চমজি ল'বলৈ নগাঁও আৰক্ষীৰ দল দৰং অভিমুখে ৰাওনা হৈছে বুলি জানিব পৰা গৈছে।

  • Share this:
বটদ্ৰৱা থানা আক্ৰমণ কাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ। মূল অভিযুক্ত আল্লাউদ্দিনক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। দৰং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কুখ্যাত ডকাইট আল্লাউদ্দিনক।আল্লাউদ্দিনক চমজি ল'বলৈ নগাঁও আৰক্ষীৰ দল দৰং অভিমুখে ৰাওনা হৈছে বুলি জানিব পৰা গৈছে।
Published by:Himangshu Bhuyan
First published: