• Home
  • »
  • News
  • »
  • assam
  • »
  • এগৰাকী অসমীয়া কইনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত, কি আছে ভিডিঅ’ত, চাওক VIDEO

এগৰাকী অসমীয়া কইনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত, কি আছে ভিডিঅ’ত, চাওক VIDEO

হিন্দী গীতৰ তালে তালে নচা এই ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।

হিন্দী গীতৰ তালে তালে নচা এই ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।

হিন্দী গীতৰ তালে তালে নচা এই ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।

  • Share this:
নিজৰ বিয়াত দৰাৰ সন্মুখত নাচি ছচিয়েল মিডিয়াত চৰ্চিত হৈ পৰিছে এগৰাকী অসমীয়া কইনা। হিন্দী গীতৰ তালে তালে নচা এই ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। এটা নহয়, ন কইনাজনীৰ কেইবাটাও ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে ছচিয়েল মিডিয়াত। বহু লোকে এই ভিডিঅ’ত সমালোচনাত্মক মন্তব্য কৰাৰ বিপৰীতে একাংশই কৰিছে প্ৰশংসা। অৱশ্যে ভিডিঅ’টো কোন ঠাইৰ সেয়া জানিব পৰা হোৱা নাই।

চাওক ভিডিঅ’ :


(News18–এ ভাইৰেল ভিডিঅ’ৰ সত্যতা নিৰোপণ নকৰে)
Published by:Sanjay Kumar Das
First published: