NEWS18ৰ প্ৰচেষ্টাত বিহাৰত উদ্ধাৰ হ’ল অসমৰ শিল্পীৰ দল

বিহাৰৰ বৈশালী জিলাৰ চুলতানপুৰত নৃত্য প্ৰদৰ্শন কৰিবলৈ গৈছিল অসমৰ দলটো।

News18-Assam
Updated:August 6, 2019, 12:14 PM IST
NEWS18ৰ প্ৰচেষ্টাত বিহাৰত উদ্ধাৰ হ’ল অসমৰ শিল্পীৰ দল
বিহাৰৰ বৈশালী জিলাৰ চুলতানপুৰত নৃত্য প্ৰদৰ্শন কৰিবলৈ গৈছিল অসমৰ দলটো।
News18-Assam
Updated: August 6, 2019, 12:14 PM IST
NEWS18ৰ প্ৰচেষ্টাত বিহাৰত উদ্ধাৰ হ’ল অসমৰ পৰা নৃত্য প্ৰদৰ্শন কৰিবলৈ যোৱা শিল্পীৰ দল। বৰ্তমান বিহাৰৰ চাপ্ৰা জিলাৰ মাদ্ৰাক থানাত আছে দলটো। তিনিদিন ধৰি দুষ্টচক্ৰই আৱদ্ধ কৰি ৰাখিছিল দলটোক। NEWS18–এ আছুৰ সম্পাদকক জনাইছিল বিষয়টো। আছুৱে দলটোক উদ্ধাৰৰ বাবে অনুৰোধ জনাইছিল অসম আৰক্ষীক। বিহাৰৰ বৈশালী জিলাৰ চুলতানপুৰত নৃত্য প্ৰদৰ্শন কৰিবলৈ গৈছিল অসমৰ দলটো।
আৰু চাওক পৰৱৰ্তী বাতৰি