গুৱাহাটীত এজন ব্যৱসায়ীৰ ভাড়াঘৰত বন্দুক দেখুৱাই লুটপাত ডকাইতৰ

লুটি নিলে নগদ ২লাখ টকাসহ সোণৰ আ-অলংকাৰ আৰু মোবাইল ফোন। দলটোৰ এজনে পৰিধান কৰি আহিছিল আৰক্ষীৰ পোচাক।

News18-Assam
Updated:July 6, 2019, 1:30 PM IST
গুৱাহাটীত এজন ব্যৱসায়ীৰ ভাড়াঘৰত  বন্দুক দেখুৱাই লুটপাত ডকাইতৰ
লুটি নিলে নগদ ২লাখ টকাসহ সোণৰ আ-অলংকাৰ আৰু মোবাইল ফোন। দলটোৰ এজনে পৰিধান কৰি আহিছিল আৰক্ষীৰ পোচাক।
News18-Assam
Updated: July 6, 2019, 1:30 PM IST
মহানগৰীৰ চিলাৰায় নগৰত হবিবুৰ ৰহমান নামৰ এজন ব্যৱসায়ীৰ ভাড়াঘৰত লুটপাত ডকাইতৰ। ইক্ৰাম হুছেইনৰ নেতৃত্বত আহিছিল ৫জনীয়া দুৰ্বৃত্তৰ দলটো। বন্দুক দেখুৱাই ৰহমানৰ ঘৰৰ পৰা লুটি নিলে নগদ ২লাখ টকাসহ সোণৰ আ-অলংকাৰ আৰু মোবাইল ফোন।



দলটোৰ এজনে পৰিধান কৰি আহিছিল আৰক্ষীৰ পোচাক। ঘটনা সন্দৰ্ভত ভঙাগড় থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ।

আৰু চাওক পৰৱৰ্তী বাতৰি