ৰূপহীহাট আৰক্ষীৰ জালত পৰিল কুখ্যাত ডকাইত ইন্তাজ আলী। 7.65MM পিষ্টল আৰু ৪ জাঁই সক্ৰিয় গুলীসহ আৰক্ষীৰ জালত পৰে ইন্তাজ।
উল্লেখ্য, নগাঁও কাতিমাৰীৰ পৰা ৰূপহীলৈ গৈ থকা অৱস্থাতে আৰক্ষীয়ে আটক কৰে ইন্তাজক। ৰূপহীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জিত ৰয়ৰ নেতৃত্বত চলিছিল এই অভিযান।
Published by: Gautam Barman
FIRST PUBLISHED : December 28, 2022, 00:13 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।