‍BREAKING: কাছাৰত ১১টা জাৰ্চী গৰু লৈ উধাও ডকাইত

নিশা অস্ত্ৰ-শস্ত্ৰ লৈ প্ৰৱেশ কৰিছিল ডকাইতৰ দলটো।

news18assam
Updated:May 16, 2019, 2:04 PM IST
‍BREAKING: কাছাৰত ১১টা জাৰ্চী গৰু লৈ উধাও ডকাইত
নিশা অস্ত্ৰ-শস্ত্ৰ লৈ প্ৰৱেশ কৰিছিল ডকাইতৰ দলটো।
news18assam
Updated: May 16, 2019, 2:04 PM IST
কাছাৰ জিলাৰ ইন্দ্ৰগড়ত ডকাইতিকাণ্ড। ১১টা জাৰ্চী গৰু লৈ উধাও ডকাইত। নিশা অস্ত্ৰ-শস্ত্ৰ লৈ প্ৰৱেশ কৰিছিল ডকাইতৰ দলটো। বিশ্বনাথ গোৱালাৰ ঘৰত সংঘটিত হৈছে এই ঘটনা। ৩ মাহ পূৰ্বেও গোৱালাৰ ঘৰত সংঘটিত হৈছিল ডকাইতি কাণ্ড। ডকাইতে লুটি নিছিল ৩ লাখ টকাসহ ধন-সোণ।
আৰু চাওক পৰৱৰ্তী বাতৰি