হাজোত পিষ্টল দেখুৱাই ডকাইতি, ৰাইজে খেদি খেদি ধৰিলে ডকাইতক

পাখামেলাস্থিত ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত সংঘটিত হয় এই ডকাইতি কাণ্ড।

news18assam
Updated:June 4, 2019, 3:41 PM IST
হাজোত পিষ্টল দেখুৱাই ডকাইতি, ৰাইজে খেদি খেদি ধৰিলে ডকাইতক
পাখামেলাস্থিত ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত সংঘটিত হয় এই ডকাইতি কাণ্ড।
news18assam
Updated: June 4, 2019, 3:41 PM IST
হাজোৰ পাখামেলাত দিন দুপৰতে চাঞ্চল্যকৰ ডকাইতি। পাখামেলাস্থিত ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত সংঘটিত হয় এই ডকাইতি কাণ্ড। পিষ্টল দেখুৱাই এজন লোকৰ পৰা ডকাইতে লুটিলে দুই লক্ষাধিক টকা। টকা লৈ পলায়ন কৰে ডকাইতে। ঘটনাস্থলীত উপস্থিত ৰাইজে খেদি খেদি ধৰিলে ডকাইত হাকিম আলীক। তাৰ পিছতে ডকাইতটোৰ ওপৰত পৰিল ৰাইজৰ ঔকিল। পিছত ৰাইজে আৰক্ষীক গতাই দিয়ে ডকাইতটোক। ধৃত হাকিম আলীৰ ঘৰ হাজোৰ শনিয়াদীত।
আৰু চাওক পৰৱৰ্তী বাতৰি