ডবকাত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত দুজন যুৱক

News18-Assam
Updated:October 6, 2019, 10:28 AM IST
ডবকাত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত দুজন যুৱক
আহত সকলক উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ গুৱাহাটীলৈ প্ৰেৰণ

আহত সকলক উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ গুৱাহাটীলৈ প্ৰেৰণ

  • Share this:
পূজাৰ আনন্দ উল্লাসৰ মাজতে ডবকাৰ আকাশীগংগাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনাত থিতাতে নিহত অসীম বৰা আৰু অংকুৰ বৰা নামৰ দুজন যুৱক।
গুৰুতৰভাৱে আহত দীপজ্যোতি শইকীয়া নামৰ এজন যুৱক। নিশা ৰাজপথত পৰি থকা অৱস্থাত উদ্ধাৰ তিনিওকে। তীব্ৰবেগী বাহনে খুন্দিয়াই থৈ যোৱাৰ সন্দেহ। টহলদাৰী আৰক্ষীয়ে প্ৰত্যক্ষ কৰে তিনি যুৱকক। তিনিওজনৰ ঘৰ ডবকা তপতজুৰি হালধিআটিত।
আহত দীপজ্যোতি শইকীয়াক সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ
First published: October 6, 2019, 10:28 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading