ডবকাত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত দুজন যুৱক
News18-Assam Updated:October 6, 2019, 10:28 AM IST

আহত সকলক উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ গুৱাহাটীলৈ প্ৰেৰণ
আহত সকলক উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ গুৱাহাটীলৈ প্ৰেৰণ
- News18 Assam
- Last Updated: October 6, 2019, 10:28 AM IST
গুৰুতৰভাৱে আহত দীপজ্যোতি শইকীয়া নামৰ এজন যুৱক। নিশা ৰাজপথত পৰি থকা অৱস্থাত উদ্ধাৰ তিনিওকে। তীব্ৰবেগী বাহনে খুন্দিয়াই থৈ যোৱাৰ সন্দেহ। টহলদাৰী আৰক্ষীয়ে প্ৰত্যক্ষ কৰে তিনি যুৱকক। তিনিওজনৰ ঘৰ ডবকা তপতজুৰি হালধিআটিত।
আহত দীপজ্যোতি শইকীয়াক সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ