কাল ধুমুহা ‘ফণী’য়ে চুই যাব উত্তৰ–পূৰ্বাঞ্চল

ঘূৰ্ণি বতাহ ‘ফণী’য়ে চুই যাব উত্তৰ–পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশ আৰু মেঘালয়ক।

news18assam
Updated:May 4, 2019, 12:06 AM IST
কাল ধুমুহা ‘ফণী’য়ে চুই যাব উত্তৰ–পূৰ্বাঞ্চল
ঘূৰ্ণি বতাহ ‘ফণী’য়ে চুই যাব উত্তৰ–পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশ আৰু মেঘালয়ক।
news18assam
Updated: May 4, 2019, 12:06 AM IST
শুকুৰবাৰে দিনৰ ভাগত কাল ধুমুহা ‘ফণী’ৰ গতিবেগ। প্ৰতিঘণ্টাত ১৭০–১৯০ কিলোমিটাৰ বেগত বলিব বতাহ। আজিৰে পৰা অন্ধ্ৰপ্ৰদেশত হ’ব নেৰানেপেৰা বৰষুণ। কাইলৈ ওড়িশাত মুষলধাৰ বৰষুণৰ সম্ভাৱনা। ৩ আৰু ৪ মে’ত পশ্চিম বংগ আৰু ঝাৰখণ্ডত প্ৰভাৱ পৰিব ঘূৰ্ণি বতাহ ‘ফণী’ৰ। ৫ মে’ত বিশেষকৈ পশ্চিম বংগ আৰু ওড়িশাত ‘ফণী’ৰ অধিক প্ৰভাৱ পৰিব। কাল ধুমুহা ‘ফণী’য়ে চুই যাব উত্তৰ–পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশ আৰু মেঘালয়ক।

আৰু চাওক পৰৱৰ্তী বাতৰি