• Home
  • »
  • News
  • »
  • assam
  • »
  • হোজাইত চাইকেল চোৰৰ দুৰ্গতি, চুৰি কৰা চাইকেল বিক্ৰী কৰি বিপদত পৰিল কালু

হোজাইত চাইকেল চোৰৰ দুৰ্গতি, চুৰি কৰা চাইকেল বিক্ৰী কৰি বিপদত পৰিল কালু

চোৰ কালুক চাইকেল ক্ৰেতাজনে কৌশলেৰে মাতি অনাৰ পিছত ৰাইজে মিলি গছত বান্ধি প্ৰদান কৰিলে শাস্তি।

চোৰ কালুক চাইকেল ক্ৰেতাজনে কৌশলেৰে মাতি অনাৰ পিছত ৰাইজে মিলি গছত বান্ধি প্ৰদান কৰিলে শাস্তি।

চোৰ কালুক চাইকেল ক্ৰেতাজনে কৌশলেৰে মাতি অনাৰ পিছত ৰাইজে মিলি গছত বান্ধি প্ৰদান কৰিলে শাস্তি।

  • Share this:
হোজাইত চাইকেল চোৰৰ বিলৈ। চুৰি চাইকেল বিক্ৰী কৰাৰ পিছত জালত পৰিল চাইকেল চুৰ কালু। হোজাই থানাৰ অন্তৰ্গত নতুন বজাৰৰ পৰা কালুৱে চুৰি কৰিছিল এখন চাইকেল।পৰৱৰ্তী সময়ত চাইকেলৰ গৰাকীৰ ঘৰৰ কাষৰ এজনক চাইকেলখন বিক্ৰী কৰে।

কিন্তু কাষৰ ঘৰত চাইকেল খন দেখা পোৱাত চাইকেলৰ গৰাকীয়ে সোধাপোছা কৰাত পোহৰলৈ আহে সমগ্ৰ ঘটনাটো। ইয়াৰ পিছত চোৰ কালুক চাইকেল ক্ৰেতাজনে কৌশলেৰে মাতি অনাৰ পিছত ৰাইজে মিলি গছত বান্ধি প্ৰদান কৰিলে শাস্তি। অৱশেষত আৰক্ষী উপস্থিত হৈ চোৰ কালুক থানাত লৈ যায়।
Published by:Sanjay Kumar Das
First published: