সাৱধান! মহানগৰীত ATMত ব্যৱহাৰ কৰিলেই নোহোৱা হয় ২৫ হাজাৰকৈ!

প্ৰতিবাৰত গ্ৰাহকৰ পৰা ২৫ হাজাৰ টকাকৈ হৰলুকী হোৱাৰ অভিযোগ উত্থাপিত হৈছে।

News18-Assam
Updated:September 2, 2019, 1:08 PM IST
সাৱধান! মহানগৰীত ATMত ব্যৱহাৰ কৰিলেই নোহোৱা হয় ২৫ হাজাৰকৈ!
প্ৰতিবাৰত গ্ৰাহকৰ পৰা ২৫ হাজাৰ টকাকৈ হৰলুকী হোৱাৰ অভিযোগ উত্থাপিত হৈছে।
News18-Assam
Updated: September 2, 2019, 1:08 PM IST
গুৱাহাটী মহানগৰীত চাইবাৰ ক্ৰাইমৰ ভয়ংকৰ ঘটনা। মহানগৰীত ১০০ৰো অধিক SBIৰ একাউণ্ট হেকহোৱাৰ অভিযোগ উত্থাপন হৈছে। উলুবাৰীস্থিত ভাৰতীয় ষ্টেট বেংকৰ ATMৰ পৰা ধন উলিয়াই সৰ্বস্বান্ত শতাধিক গ্ৰাহক। ATMটো ব্যৱহাৰ কৰিলেই গ্ৰাহকৰ একাউণ্টৰ ধন হৰলুকী হোৱাৰ অভিযোগ। প্ৰতিবাৰত গ্ৰাহকৰ পৰা ২৫ হাজাৰ টকাকৈ হৰলুকী হোৱাৰ অভিযোগ উত্থাপিত হৈছে। এই ঘটনাক লৈ চিন্তিত হৈ পৰিছে বেংকৰ গ্ৰাহকসকল।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি