ডিব্ৰুগড়ত ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নিহত এজন চি আৰ পি এফ জোৱান

News18 Assam | News18-Assam
Updated:January 2, 2020, 8:58 AM IST
ডিব্ৰুগড়ত ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নিহত এজন চি আৰ পি এফ জোৱান
ডিকমৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত এখন দ্ৰুতবেগী বাহনে মহতিয়াই নিয়ে এখন স্কুটীক।

ডিকমৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত এখন দ্ৰুতবেগী বাহনে মহতিয়াই নিয়ে এখন স্কুটীক।

  • Share this:
নিশা ডিব্ৰুগড়ৰ ডিকমত ভয়ংকৰ দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে নিহত হয় এজন চি আৰ পি এফ জোৱান। ডিকমৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত এখন দ্ৰুতবেগী বাহনে মহতিয়াই নিয়ে এখন স্কুটীক। ফলত থিতাতে নিহত হয় স্কুটী চলাই অহা চি আৰ পি এফৰ জোৱানজন। উল্লেখ্য যে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন ডাঃ নৱজ্যোতি গগৈৰ নামত আৰু স্কুটীখন দিনেন্দ্ৰ সিংহৰ নামত পঞ্জীয়নভুক্ত।
আৰু চাওক
পৰৱৰ্তী বাতৰি