যুৱকজনৰ জন্ম দিন উপলক্ষে মোৱাইল ফোন ক্ৰয় কৰাৰ বাবে ওচৰতে থকা কাবাইটাৰী বজাৰলৈ গৈছিল৷ কিন্তু নিয়তিৰ পৰিহাস যে ম’বাইল লৈ নিজ ঘৰলৈ উভতি আহি যুৱকজনে জন্মদিন পালন কৰিব নোৱাৰিলে৷