• Home
  • »
  • News
  • »
  • assam
  • »
  • জন্মদিনৰ দিনাই দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে চিআৰপিএফ জোৱানে, ম’বাইল কিনিবলৈ গৈ ঘূৰি নাহিল কিশোৰ

জন্মদিনৰ দিনাই দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে চিআৰপিএফ জোৱানে, ম’বাইল কিনিবলৈ গৈ ঘূৰি নাহিল কিশোৰ

যুৱকজনৰ জন্ম দিন উপলক্ষে মোৱাইল ফোন ক্ৰয় কৰাৰ বাবে ওচৰতে থকা কাবাইটাৰী বজাৰলৈ গৈছিল৷ কিন্তু নিয়তিৰ পৰিহাস যে ম’বাইল লৈ নিজ ঘৰলৈ উভতি আহি যুৱকজনে জন্মদিন পালন কৰিব নোৱাৰিলে৷

  • Share this:
বঙাইগাঁও জিলাৰ যোগীঘোপাৰ চলন্তপাৰাত নিশা শোকাৱহ পথ দুৰ্ঘটনা৷ অচিনাক্ত বাহনৰ খুন্দাত নিহত হয় এজন বাইক আৰোহী৷ নিহত বাইক আৰোহী যুৱকজন কিশোৰ কলিতা বুলি জানিব পৰা গৈছে৷ চিআৰপিএফত কৰ্মৰত যুৱকজনে ছুটী লৈ নিজ ঘৰলৈ আহিছিল৷

যুৱকজনৰ জন্ম দিন উপলক্ষে মোৱাইল ফোন ক্ৰয় কৰাৰ বাবে ওচৰতে থকা কাবাইটাৰী বজাৰলৈ গৈছিল৷ কিন্তু নিয়তিৰ পৰিহাস যে ম’বাইল লৈ নিজ ঘৰলৈ উভতি আহি যুৱকজনে জন্মদিন পালন কৰিব নোৱাৰিলে৷ বজাৰৰ পৰা  AS19 R 33397 নম্বৰৰ ৰয়েল এনফিল্ড বাইকখনেৰে আহি থকা সময়তে অচিনাক্ত বাহনে যুৱকজনক খুন্দিয়াই পলায়ন কৰে৷ যাৰ ফলত যুৱকজনৰ থিতাতে মৃত্যু হয়৷ সমগ্ৰ ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে৷
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি