মুখ্যপৃষ্ঠা » খবৰ

» অসম

»মাজুলীত পানীৰ তলত চি আৰ পি এফৰ শিবিৰ, চৰকাৰ–প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ জোৱানৰ

মাজুলীত পানীৰ তলত চি আৰ পি এফৰ শিবিৰ, চৰকাৰ–প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ জোৱানৰ

News18 Assam | News18-Assam
Updated:July 13, 2020, 1:23 PM IST
মাজুলীত পানীৰ তলত চি আৰ পি এফৰ শিবিৰ, চৰকাৰ–প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ জোৱানৰ
১৫০ জনকৈ জোৱানে এতিয়া প্ৰয়োজনীয় সামগ্ৰী উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ  ঢাপলি মেলিছে।

১৫০ জনকৈ জোৱানে এতিয়া প্ৰয়োজনীয় সামগ্ৰী উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ  ঢাপলি মেলিছে।

  • Share this:
মাজুলীত সোৱণশিৰিৰ বানে বুৰালে চি আৰ পি কেম্প। সোৱণশিৰিৰ নিচেই কাষতে থকা  ১১৯নং  চি আৰ পি এফ ছাউনীটো প্ৰতি বছৰে বুৰাই পেলাই বানে। কিন্তু বাৰম্বাৰ চৰকাৰ আৰু মাজুলী প্ৰশাসনৰ ওচৰত এই বিষয়টো অৱগত কৰি অহাৰ পিছতো আজিলৈকে গুৰুত্ব নিদিলে চৰকাৰে।

গড়মূৰত থকা কেম্পটো নিশাৰ ভিতৰত বুৰাই পেলালে বাঢ়নী পানীয়ে। ১৫০ জনকৈ জোৱানে এতিয়া প্ৰয়োজনীয় সামগ্ৰী উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ  ঢাপলি মেলিছে। যি সময়ত বানাক্ৰান্ত ৰাইজৰ সহায়ৰ বাবে নিয়োজিত হ’ব লাগিছিল জোৱানসকল, তেনে সময়ত এতিয়া নিজৰে নিৰাপত্তা নোহোৱা হৈছে। সেয়েহে News18ৰ সাংবাদিকৰ আগত চৰকাৰ প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ উজাৰে জোৱানসকলে।
Published by: Sanjay Kumar Das
First published: July 13, 2020, 1:23 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি