মুখ্যপৃষ্ঠা »খবৰ »অসম »Child Marriage : বাল্য বিবাহবিৰোধী অভিযানক লৈ সামাজিক মাধ্যমত ধেমেলীয়া কমেণ্টৰ ভিৰ, চাওক কোনে দিলে কেনে মত

Child Marriage : বাল্য বিবাহবিৰোধী অভিযানক লৈ সামাজিক মাধ্যমত ধেমেলীয়া কমেণ্টৰ ভিৰ, চাওক কোনে দিলে কেনে মত

সামাজিক মাধ্যমত চলিল বাল্যবিবাহক লৈ চৰ্চা।

সামাজিক মাধ্যমত চলিল বাল্যবিবাহক লৈ চৰ্চা।

  • Share this:
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বাল্য বিবাহত জড়িতৰ বিৰুদ্ধে অভিযান চলোৱাৰ বাবে আৰক্ষীক নিৰ্দেশ দিয়াৰ পিছতে কালি আৰু আজি হাজাৰৰ ঘৰত তথাকথিত অবৈধ স্বামী থানাৰ ভিতৰ পালে।

এনে সময়তে ৰাজ্যজুৰি বাল্য বিবাহ বিৰোধী অভিযানক লৈ সামাজিক মাধ্যমত দেখা গৈছে তুমুল চৰ্চা। ইয়াৰ মাজতে কোনোৱে যদি স্বামীৰ বাবে দুখ কৰিছে কোনোৱে দোষী সাব্যস্ত কৰি বৈবাহিক কাৰ্যত লিংকমেন ৰূপত থকাবোৰক।



আন এজনে লিখিছে-



নিবা-নিবি বুলি আখ্যা দি এজনে আকৌ মত দিলে এনেদৰে-



শ্ৰেণীকোঠাৰ ভিতৰতে প্ৰেমৰ জলন্ত উদাহৰণ দাঙি ধৰাবোৰক লৈও এই কমেণ্ট-



নিজৰ ব্ৰেক-আপ হোৱাটো কেতিয়াবা ভাল বুলি পৰিচিত হ'বও পাৰে, এয়া তাৰেই নমুনা-



অভিযানৰ নিৰ্দেশৰ পিছতে নেটিজেনে এনেদৰে কল্পনা কৰিছে স্বামী-পত্নীৰ কথোপকথন-



গাঁৱৰ খুড়ীকেইজনীক লৈ এটা প্ৰশ্ন আন এজন নেটিজেনৰ-



আগতীয়াকৈ পত্নীৰ বয়সৰ কথা জনাই দিলে এওঁ-



এনেদৰে আজিৰ সামাজিক মাধ্যমত চলিল বাল্যবিবাহক লৈ চৰ্চা। মুঠতে বাল্য বিবাহ বিৰোধী অভিযানে ৰাজ্য কিয় ৰাষ্ট্ৰজুৰি প্ৰভাৱ পেলোৱা দেখা গৈছে। অসমত প্ৰসূতিৰ মৃত্যুৰ হাৰ অতি অধিক। ইয়াৰ কাৰণ বাল্য বিবাহ বুলি ধাৰণা কৰা হৈছে। এনে পৰিপ্ৰেক্ষিতত বাল্যবিবাহক লৈ চৰকাৰৰ পদক্ষেপক বিৰোধী দলেও সমৰ্থন দিছে। কিন্তু এয়া এক শিক্ষা বা সজাগতাৰ পৰ্যায়ত সীমিত ৰাখি সংসাৰ কৰি সন্তান জন্ম দিয়া  অভিযুক্তক কঠোৰ দণ্ড নিদিবলৈও বহুতে অনুৰোধ কৰা দেখা গৈছে।

শেহতীয়া বাতৰি