মুখ্যপৃষ্ঠা »খবৰ »অসম »ULFA-I Cadre Arrested: ছিকিউৰিটী এজেন্সিত কৰ্মৰত থাকি চলাই গৈছিল আলফা (স্বা)ৰ কাম, অভাৰ গ্ৰাউণ্ড আলফা কেডাৰ গ্ৰেপ্তাৰ

ULFA-I Cadre Arrested: ছিকিউৰিটী এজেন্সিত কৰ্মৰত থাকি চলাই গৈছিল আলফা (স্বা)ৰ কাম, অভাৰ গ্ৰাউণ্ড আলফা কেডাৰ গ্ৰেপ্তাৰ

কিছুদিন পূৰ্বে আলফাত যোগদান কৰা দুই যুৱতী সন্দৰ্ভতো বিশেষ তথ্য লাভ কৰাৰ আশা আছে।

কিছুদিন পূৰ্বে আলফাত যোগদান কৰা দুই যুৱতী সন্দৰ্ভতো বিশেষ তথ্য লাভ কৰাৰ আশা আছে।

কিছুদিন পূৰ্বে আলফাত যোগদান কৰা দুই যুৱতী সন্দৰ্ভতো বিশেষ তথ্য লাভ কৰাৰ আশা আছে।

  • Share this:
মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই গ্ৰেপ্তাৰ কৰে অভাৰ গ্ৰাউণ্ড আলফা কেডাৰ  টুটু বৰাক।দীৰ্ঘদিনে মহানগৰীৰ এটা ছিকিউৰিটি এজেন্সিত কৰ্মৰত আছিল টুটু বৰা। কিন্তু তাত থাকিয়েই তেওঁ চলাই গৈছিল আলফাৰ কাম-কাজ। মাজুলীৰ গড়মূৰৰ বাসিন্দা টুটু বৰাই মহানগৰীৰ পৰাই চলাইছিল আলফাৰ কাম কাজ (arrested over ground ULFA-I cadre)।

বিশেষকৈ আলফাৰ অৰ্থ সংগ্ৰহৰ কাম-কাজ চোৱাচিতা কৰিছিল টুটুই। পূৰ্বে যোৰহাটত গ্ৰেপ্তাৰ হৈ জে'ললৈ গৈছিল টুটু বৰা।

টুটু বৰাৰ গ্ৰেপ্তাৰৰ পিছত কিছুদিন পূৰ্বে আলফাত যোগদান কৰা দুই যুৱতী সন্দৰ্ভতো বিশেষ তথ্য লাভ কৰাৰ আশা আছে। উল্লেখ্য,  কিছুদিন পূৰ্বে মণিপুৰৰ ফিৰোজ খান নামৰ এজন আলফাৰ (ULFA-I) লিংক মেনো পৰিছিল আৰক্ষীৰ জালত।

শেহতীয়া বাতৰি