প্ৰথমটো উইকেট লাভৰ পিছতে ৰিয়ান পৰাগৰ বিহু নাচ, আউট হোৱা খেলুৱৈৰো উঠি গ’ল হাঁহি

Dulu Medhi | News18-Assam
Updated:April 23, 2019, 4:24 PM IST
প্ৰথমটো উইকেট লাভৰ পিছতে ৰিয়ান পৰাগৰ বিহু নাচ, আউট হোৱা খেলুৱৈৰো উঠি গ’ল হাঁহি
ৰিয়ান পৰাগৰ বিহু নাচ

ইয়াৰ পূৰ্বে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৪৩ ৰানৰ ইনিংছ খেলা ৰিয়ান পৰাগে অসমৰ গামোচা ব্যৱহাৰ কৰা দেখা গৈছিল

  • Share this:
সোমবাৰে IPLত দিল্লী কেপিটেলছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছ পৰাস্ত হয় যদিও মেচত সুন্দৰ প্ৰদৰ্শন আগবঢ়াই ৰাজস্থান ৰয়েলছ দলটোৱে। এই মেচখনে পুনঃবাৰ মানুহৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হোৱাৰ অন্যতম কাৰণ হ’ল ৰিয়ান পৰাগৰ বিশেষ নৃত্য। ১৭ বছৰীয়া এই যুৱ খেলুৱৈগৰাকীয়ে নিজৰ বিশেষ ষ্টাইলেৰে উইকেট লাভ কৰাৰ আনন্দ উদযাপন কৰিলে। IPLৰ প্ৰথমটো ছিজনতে উইকেট লাভ কৰা দ্বিতীয়জন যুৱ খেলুৱৈ ৰিয়ান।

অসম সন্তান ৰিয়ান পৰাগে শ্ৰেয়স আইয়াৰক বেন ষ্টকছৰ হাতত ডীপ মিডউইকেটত আউট কৰালে। অসম সন্তান ৰিয়ান পৰাগে উইকেটটো লাভ কৰাৰ পিছতে বিহু নাচিলে।

 


First published: April 23, 2019, 4:24 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading