
প্ৰতীকী ফটো
বুধবাৰে ডিব্ৰুগড় আৰক্ষীয়ে ৯৫টা চুৰি গৰু জব্দ কৰাৰ লগতে টিকলুসহ তিনিজনক গ্ৰেপ্তাৰ কৰিছিল।
ডিব্ৰুগড় আৰক্ষীৰ গুলীত আহত কুখ্যাত গৰু চোৰ মহম্মদ আখতাৰ ৰাজা খান ওৰফে টিকলু খান। AMCHত স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়াৰ সময়ত আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা চলাইছিল টিকলু খানে। বুধবাৰে ডিব্ৰুগড় আৰক্ষীয়ে ৯৫টা চুৰি গৰু জব্দ কৰাৰ লগতে টিকলুসহ তিনিজনক গ্ৰেপ্তাৰ কৰিছিল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|