
এই অভিযানৰ জৰিয়তে ১৩.৪৮ লাখ কিশোৰ–কিশোৰীক সামৰি লোৱা হ'ব। জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত ভেকচিন প্ৰদান কাৰ্যসূচী।
এই অভিযানৰ জৰিয়তে ১৩.৪৮ লাখ কিশোৰ–কিশোৰীক সামৰি লোৱা হ'ব। জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত ভেকচিন প্ৰদান কাৰ্যসূচী।
আজিৰে পৰা ১২ৰ পৰা ১৪ বছৰীয়া কিশোৰ–কিশোৰীক প্ৰদান কৰা হ'ব কোভিডৰ ভেকচিন। মহানগৰীৰ ৰুক্মিণী গাঁও বালিকা হাইস্কুলত আনুষ্ঠানিকভাৱে ভেকচিন প্ৰদান কাৰ্যসূচী মুকলি কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। উপস্থিত থাকিব স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তও। উদ্বোধনীৰ দিনটোত ৩০০ৰো অধিক কিশোৰ–কিশোৰীক প্ৰদান কৰা হ'ব ভেকচিন। অসমত এই অভিযানৰ জৰিয়তে ১৩.৪৮ লাখ কিশোৰ–কিশোৰীক সামৰি লোৱা হ'ব। জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত ভেকচিন প্ৰদান কাৰ্যসূচী।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|