জিলাভিক্তিক তালিকা নিৰ্ণয়ৰ নিৰ্দেশ স্বাস্থ্য মন্ত্ৰী মহন্তৰ। চৰকাৰী–বেচৰকাৰী প্ৰতিখন প্ৰতিষ্ঠানত ভেকচিন প্ৰক্ৰিয়া সম্পন্ন কৰাৰ নিৰ্দেশ।
জিলাভিক্তিক তালিকা নিৰ্ণয়ৰ নিৰ্দেশ স্বাস্থ্য মন্ত্ৰী মহন্তৰ। চৰকাৰী–বেচৰকাৰী প্ৰতিখন প্ৰতিষ্ঠানত ভেকচিন প্ৰক্ৰিয়া সম্পন্ন কৰাৰ নিৰ্দেশ।
কাইলৈ অৰ্থাৎ সোমবাৰৰ পৰা আৰম্ভ হ’ব ১৫ৰ পৰা ১৮ বছৰ বয়সীয়াসকলৰ ভেকচিন পৰ্ব। ৭ দিনৰ ভিতৰত ৰাজ্যত সম্পন্ন হ’ব ভেকচিন পৰ্ব। প্ৰতিখন জিলাৰ উপায়ুক্তক স্বাস্থ্য মন্ত্ৰীৰ কঠোৰ নিৰ্দেশ। সংবাদ মাধ্যমৰ আগত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কয়, ৭ দিনত যিকোনো প্ৰকাৰে সম্পন্ন কৰিব লাগিব ভেকচিন পৰ্ব।
জিলাভিক্তিক তালিকা নিৰ্ণয়ৰ নিৰ্দেশ স্বাস্থ্য মন্ত্ৰী মহন্তৰ। চৰকাৰী–বেচৰকাৰী প্ৰতিখন প্ৰতিষ্ঠানত ভেকচিন প্ৰক্ৰিয়া সম্পন্ন কৰাৰ নিৰ্দেশ। আনকি শিক্ষানুষ্ঠানত নথকা ১৫ বছৰৰ ঊৰ্ধ্বৰসকলকো সাধাৰণ কেন্দ্ৰসমূহত ভেকচিন গ্ৰহণৰ আহ্বান।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|