• Home
  • »
  • News
  • »
  • assam
  • »
  • Covid Situation in Assam: সোমবাৰে ৰাজ্যত কোৰোণাত আক্ৰান্ত ২১৯৮ জন, কেৱল গুৱাহাটী মগানগৰীতে আক্ৰান্ত ৭৬০ জন লোক

Covid Situation in Assam: সোমবাৰে ৰাজ্যত কোৰোণাত আক্ৰান্ত ২১৯৮ জন, কেৱল গুৱাহাটী মগানগৰীতে আক্ৰান্ত ৭৬০ জন লোক

সোমবাৰে কোৰোণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটে ২ জন লোকে।

সোমবাৰে কোৰোণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটে ২ জন লোকে।

সোমবাৰে কোৰোণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটে ২ জন লোকে।

  • Share this:
ৰাজ্যত প্ৰতিদিনে বাঢ়িছে কোৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা। সোমবাৰে ৰাজ্যত নতুনকৈ ২১৯৮ জনৰ দেহত  ধৰা পৰিল কোভিডৰ অৱস্থিতি। ইয়াৰে ৭৬০টা কেচ কেৱল গুৱাহাটী মহানগৰীৰে।


আজিৰ দিনটোত সৰ্বমুঠ ৪৮,৯৬৪জনক কোৰোণাৰ পৰীক্ষা কৰা হৈছিল। ইয়াৰে ভিতৰত ২১৯৮ জনৰ দেহত ধৰা পৰে কোৰোণা ভাইৰাছৰ সংক্ৰমণ। সেইদৰে সোমবাৰে কোৰোণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটে ২ জন লোকে।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি