உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • শীঘ্ৰে ৰাজ্যত বলৱৎ হ'ব নতুন কোভিড SOP, কঠোৰ নিয়ম-নীতি সংযোজন হোৱাৰ সম্ভাৱনা, ইংগিত দিলে স্বাস্থ্যমন্ত্ৰীয়ে

    শীঘ্ৰে ৰাজ্যত বলৱৎ হ'ব নতুন কোভিড SOP, কঠোৰ নিয়ম-নীতি সংযোজন হোৱাৰ সম্ভাৱনা, ইংগিত দিলে স্বাস্থ্যমন্ত্ৰীয়ে

    শেহতীয়াকৈ ৰাজ্যত ভয়ংকৰ ৰূপ লৈছে কোৰোণা ভাইৰাছে। সৰ্বকালৰ অভিলেখ ভংগ কৰি মঙলবাৰৰ দিনটোত ৰাজ্যত কোভিডত আক্ৰান্ত হ'ল ৮ হাজাৰৰো অধিক লোক।

    • Share this:
    শেহতীয়াকৈ ৰাজ্যত ভয়ংকৰ ৰূপ লৈছে কোৰোণা ভাইৰাছে। সৰ্বকালৰ অভিলেখ ভংগ কৰি মঙলবাৰৰ দিনটোত ৰাজ্যত কোভিডত আক্ৰান্ত হ'ল ৮ হাজাৰৰো অধিক লোক। গুৱাহাটী মহানগৰীত হোৰাহোৰে বাঢ়িছে আক্ৰান্তৰ সংখ্যা। এনে পৰিস্থিতিত সকলোৰে মনলৈ আহিছে এটাই প্ৰশ্ন- ৰাজ্য চৰকাৰে ঘোষণা কৰিব নেকি নতুন কোভিড SOP?

    এনে সময়তে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কোভিড সংক্ৰমণ হ্ৰাস কৰিবলৈ শীঘ্ৰে নতুন SOP কাৰ্যকৰী কৰাৰ ইংগিত দিয়ে। লগতে লকডাউন দিয়াৰ পৰিস্থিতি আহিছে নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰো বিশেষ উত্তৰ দিয়ে।

    কেশৱ মহন্তই কয় যে, 'ৰাজ্যত লকডাউনৰ কোনো সম্ভাৱনা নাই। SOP ত কিছু সংযোজনৰ সম্ভাৱনা আছে। ৰাইজ আতংকিত হোৱাৰ প্ৰয়োজন নাই। কিন্তু সতৰ্ক হৈ থাকিব লাগিব। কেবিনেটত নতুন SOP সন্দৰ্ভত আলোচনা কৰিব। SOPত কঠোৰ বিধি সংযোজন হ'ব ৷'
    Published by:Himangshu Bhuyan
    First published: