মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Coronavirus : গহপুৰত প্ৰথমগৰাকী কোভিড আক্ৰান্ত ৰোগীৰ মৃত্যু

Coronavirus : গহপুৰত প্ৰথমগৰাকী কোভিড আক্ৰান্ত ৰোগীৰ মৃত্যু

News18 Assam | News18-Assam
Updated:May 7, 2021, 8:58 AM IST
Coronavirus : গহপুৰত প্ৰথমগৰাকী কোভিড আক্ৰান্ত ৰোগীৰ মৃত্যু
অসমতো ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কোভিড–১৯ৰ দ্বিতীয় ঢৌৱে।

অসমতো ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কোভিড–১৯ৰ দ্বিতীয় ঢৌৱে।

  • Share this:
গহপুৰত প্ৰথমগৰাকী কোভিড আক্ৰান্ত ৰোগীৰ মৃত্যু। তেজপুৰ মেডিকেল কলেজত বৃহস্পতিবাৰে মৃত্যু হয় গহপুৰ চিলথিয়াৰ ৰঞ্জুমণি দাস নামৰ কোভিড আক্ৰান্ত মহিলাগৰাকীৰ। মৃত্যুৰ সময়ত মহিলা গৰাকীৰ বয়স আছিল ৫০ বছৰ।
Published by: Sanjay Kumar Das
First published: May 7, 2021, 8:58 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি