• Home
  • »
  • News
  • »
  • assam
  • »
  • কোভিড ৰোগীক সেৱা আগবঢ়াই নিজেই পথৰ কাষত ঢলি পৰিল এগৰাকী কো‍ভিড যোদ্ধা

কোভিড ৰোগীক সেৱা আগবঢ়াই নিজেই পথৰ কাষত ঢলি পৰিল এগৰাকী কো‍ভিড যোদ্ধা

পথৰ কাষতে গাড়ী ৰখাই এখন বাহৰ চাঙত  শুই পৰে ব‍্যক্তিজন৷

পথৰ কাষতে গাড়ী ৰখাই এখন বাহৰ চাঙত  শুই পৰে ব‍্যক্তিজন৷

পথৰ কাষতে গাড়ী ৰখাই এখন বাহৰ চাঙত  শুই পৰে ব‍্যক্তিজন৷

  • Share this:
মাজুলীত কোভিড আক্ৰান্ত ৰোগীক সেৱা কৰি নিজেই পথৰ কাষত ঢলি পৰিল এগৰাকী কোভিড যোদ্ধা। পিপিই কিট পিন্ধি চিকিৎসালয়ত কোভিড ৰোগী থৈ অহা স্বাস্থ্য কৰ্মীজনৰ নাম নয়নমণি সেনাপতি। মাজুলী ৰতনপুৰ চিকিৎসালয়ৰ চিকিৎসা কৰ্মী গৰাকী ১০৮ এম্বুলেঞ্চ চলাই যাওঁতে হঠাৎ অসুস্থ হৈ পৰে। পথৰ কাষতে গাড়ী ৰখাই এখন বাহৰ চাঙত  শুই পৰে ব‍্যক্তিজন৷ গড়মূৰ কোভিড স্ক্ৰীণিং চেণ্টাৰত বিগত এমাহ ধৰি সেৱা আগবঢ়াই আছে নয়নমণিয়ে৷
Published by:Sanjay Kumar Das
First published: