মুখ্যপৃষ্ঠা » খবৰ

» অসম

»ৰাজ্যৰ সকলো জিলাতে সান্ধ্য আইন প্ৰত্যাহাৰ, বিয়লি ৪ বজালৈকে খোলা থাকিব দোকান-পোহাৰঃ মুখ্যমন্ত্ৰী

ৰাজ্যৰ সকলো জিলাতে সান্ধ্য আইন প্ৰত্যাহাৰ, বিয়লি ৪ বজালৈকে খোলা থাকিব দোকান-পোহাৰঃ মুখ্যমন্ত্ৰী

News18 Assam | News18-Assam
Updated:August 2, 2021, 2:05 PM IST
ৰাজ্যৰ সকলো জিলাতে সান্ধ্য আইন প্ৰত্যাহাৰ, বিয়লি ৪ বজালৈকে খোলা থাকিব দোকান-পোহাৰঃ মুখ্যমন্ত্ৰী
আজি প্ৰকাশ পাব নতুন কোভিড SOP।

আজি প্ৰকাশ পাব নতুন কোভিড SOP।

  • Share this:
আজি প্ৰকাশ পাব নতুন কোভিড SOP। কিন্তু তাৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে গুৰুত্বপূৰ্ণ মন্তব্যঃ

  • ৰাজ্যৰ সকলো জিলাতে শিথিল কৰা হব সান্ধ্য আইন।


  • বিয়লি ৪ বজালৈকে খোলিব পাৰিব দোকান-পোহাৰ। কিন্তু ৫ বজাৰ পৰা সান্ধ্য আইন আৰম্ভ হ'ব।

  • কিন্তু লখিমপুৰ আৰু গোলাঘাট জিলাত ১ বজালৈকেহে খোলা থাকিব দোকান-পোহাৰ।

  • অহা ৭ আগষ্টৰ পৰা বিয়লি ৬ বজালৈকে জিলা মুকলি কৰি দিয়াৰ চিন্তা কৰা বুলি জনাইছে মুখ্যমন্ত্ৰী শৰ্মাই।

  • আগন্তুক ৭ দিনৰ বাবে ৰাজ্যৰ কোভিড পৰিস্থিতি পৰ্যালোচনা কৰা হ'ব।


  • অহা ১৬ আগষ্টৰ পৰা আন্তঃজিলা যাতায়াত আৰম্ভ হ'ব, যদি পৰিস্থিতি এনেদৰে থাকে।

  • পৰিস্থিতি এনেদৰে উন্নত হৈ থাকিলে স্নাতকোত্তৰ শ্ৰেণী, স্নাতক চূড়ান্ত শ্ৰেণী, দ্বাদশ আৰু দশম শ্ৰেণীৰ পাঠদান ১ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা। এনেদৰে কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Published by: Himangshu Bhuyan
First published: August 2, 2021, 1:50 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি