• Home
  • »
  • News
  • »
  • assam
  • »
  • Covid-19 in Assam: শনিবাৰে ৰাজ্যত Coronaত আক্ৰান্ত ৫,৬১৩ জন, মৃত্যুৰ সংখ্যা ৭৭।

Covid-19 in Assam: শনিবাৰে ৰাজ্যত Coronaত আক্ৰান্ত ৫,৬১৩ জন, মৃত্যুৰ সংখ্যা ৭৭।

শনিবাৰে আক্ৰান্তৰ হাৰ হৈছে ৪.৮২ শতাংশ। বিগত ২৪ ঘণ্টাত ৭৭জন লোকে  প্ৰাণ হেৰুৱায়। দিনটোত সৰ্বাধিক আক্ৰান্ত হৈছে কামৰূপ মহানগৰ জিলাত ৫৮০ জন।

  • Share this:
ৰাজ্যত শনিবাৰেও ৫ সহস্ৰাধিক লোক ক'ৰোনাত আক্ৰান্ত হয়। শনিবাৰে মুঠ ১,১৬,৫৬২ জনৰ COVID TEST কৰা হৈছিল আৰু ইয়াৰে ৫,৬১৩জনৰ ফলাফল পজিটিভ আহে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত প্ৰকাশ কৰা অনুযায়ী শনিবাৰে আক্ৰান্তৰ হাৰ হৈছে ৪.৮২ শতাংশ। বিগত ২৪ ঘণ্টাত ৭৭জন লোকে  প্ৰাণ হেৰুৱায়। দিনটোত সৰ্বাধিক আক্ৰান্ত হৈছে কামৰূপ মহানগৰ জিলাত ৫৮০ জন।
Published by:Kokil Sarma
First published: