• Home
  • »
  • News
  • »
  • assam
  • »
  • Covid 19 : অসমত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কোভিডত আক্ৰান্তৰ সংখ্যা, সোমবাৰৰ দিনটোত কিমান আক্ৰান্ত?

Covid 19 : অসমত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কোভিডত আক্ৰান্তৰ সংখ্যা, সোমবাৰৰ দিনটোত কিমান আক্ৰান্ত?

সকলোকে কোভিড প্ৰট'কল মানি চলাৰ লগতে জনসমাগমৰ পৰা দূৰত থাকিবলৈ আহ্বান অধীক্ষকগৰাকীৰ। তেওঁ কয়, মাস্ক পৰিধান কৰাটো অতি জৰুৰী হৈ পৰিছে। 

  • Share this:
উদ্বেগজনকভাৱে অসমত বৃদ্ধি হৈছে কোভিডত আক্ৰান্তৰ সংখ্যা। সোমবাৰৰ দিনটোত মুঠ আক্ৰান্তৰ সংখ্যা হৈছে ১৬১ জন। সৰ্বাধিক আক্ৰান্ত হৈছে কামৰূপ মহানগৰত ৯০ জন। এই তথ্য জনাইছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক অভিজিৎ শৰ্মাই।

সকলোকে কোভিড প্ৰট'কল মানি চলাৰ লগতে জনসমাগমৰ পৰা দূৰত থাকিবলৈ আহ্বান অধীক্ষকগৰাকীৰ। তেওঁ কয়, মাস্ক পৰিধান কৰাটো অতি জৰুৰী হৈ পৰিছে।

বহু লোকে ভেকচিনৰ তৃতীয় পালি বিনা কাৰণত লোৱা নাই। সকলোকে অতি সোনাকলে ভেকচিনৰ তৃতীয়া পালি ল'বলৈ আহ্বান। কোভিড আক্ৰান্তসকলৰ মাজত সৰ্বাধিক দেখা গৈছে ফ্লু ফিভাৰৰ লক্ষণ।

কোভিডৰ এইটো ঢৌৰ বিৰুদ্ধে যুঁজাৰ বাবে GMCHত সাজু আছে মুঠ ৫৮৯খন বিচনা। ICU বেড বৰ্তমান খালী আছে কালাপাহাৰত ৩৮খন, GMCHৰ পাৰ্কিঙত ১০০খন আৰু সৰুসজাইত ৩০০খন। বৰ্তমান GMCHত চিকিৎসাধীন হৈ আছে ৫জন ৰোগী।
Published by:Sanjay Kumar Das
First published: