• Home
  • »
  • News
  • »
  • assam
  • »
  • FIR against CM : সাংসদৰ অভিযোগৰ ভিত্তিত অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আৰক্ষীক গোচৰ তৰিবলৈ নিৰ্দেশ অসমৰ আদালতৰ

FIR against CM : সাংসদৰ অভিযোগৰ ভিত্তিত অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আৰক্ষীক গোচৰ তৰিবলৈ নিৰ্দেশ অসমৰ আদালতৰ

কংগ্ৰেছ সাংসদগৰাকীয়ে যোৱা ২৮ ডিচেম্বৰত দিছপুৰ আৰক্ষী থানাত মুখ্যমন্ত্ৰীৰ আপত্তিজনক মন্তব্যৰ বাবে অভিযোগ দি গোচৰ তৰিব বিচাৰিছিল।

  • Share this:
গুৱাহাটীৰ এখন আদালতে কংগ্ৰেছ সাংসদ আব্দুল খালেকৰ (MP Abdul Khaleque) অভিযোগৰ ভিত্তিত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছে। কংগ্ৰেছ সাংসদগৰাকীয়ে যোৱা ২৮ ডিচেম্বৰ তাৰিখে দিছপুৰ আৰক্ষী থানা (Dispur Police Station)ত মুখ্যমন্ত্ৰীয়ে অসমৰ দৰং জিলাত হোৱা উচ্ছেদ অভিযান সন্দৰ্ভত আপত্তিজনক মন্তব্য দিয়াৰ অভিযোগ দি গোচৰ তৰিব বিচাৰিছিল ।

কিন্তু আৰক্ষী থানাই এফ আই আৰ পঞ্জীয়ন কৰিবলৈ অমান্তি হোৱাত কংগ্ৰেছ সাংসদগৰাকী কাষ চাপিছিল ন্যায়ালয়ৰ । খালেকে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ কাষ চাপিছল। আদালতে গোচৰত শুনানি গ্ৰহণ কৰি দিছপুৰ আৰক্ষী থানাক অভিযোগৰ ভিত্তিত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে (CM Himanta Biswa Sarma) গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিবলৈ নির্দেশ দিয়ে ।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি