জুৰীয়াত বনৰীয়া গাহৰিৰ আক্ৰমণত স্বামী–স্ত্ৰীৰ মৃত্যু

গাহৰিৰ আক্ৰমণত আহত হয় মৃত দম্পতীৰ কন্যাসহ আন এগৰাকী মহিলা।

News18-Assam
Updated:August 22, 2019, 9:42 AM IST
জুৰীয়াত বনৰীয়া গাহৰিৰ আক্ৰমণত স্বামী–স্ত্ৰীৰ মৃত্যু
গাহৰিৰ আক্ৰমণত আহত হয় মৃত দম্পতীৰ কন্যাসহ আন এগৰাকী মহিলা।
News18-Assam
Updated: August 22, 2019, 9:42 AM IST
জুৰীয়াৰ খুন্দলীয়া চৰত কৰুণ ঘটনা। বনৰীয়া গাহৰিৰ আক্ৰমণত মৃত্যু এহাল দম্পতীৰ। গাহৰিৰ আক্ৰমণত আহত হয় মৃত দম্পতীৰ কন্যাসহ আন এগৰাকী মহিলা। নিহত স্বামী–স্ত্ৰীৰ নাম নুৰ মহম্মদ আৰু জাহানাৰা বেগম। আহত দুয়োকে সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে। খেতি পথাৰত কাম কৰি থকাৰ সময়তে লোককেইজনক আক্ৰমণ কৰে বনৰীয়া গাহৰিয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি