কৰ্তন কৰা নহয় কটন বিশ্ববিদ্যালয়ৰ BCA বিভাগ

পূৰ্বে বিশ্ববিদ্যালয়খনৰ প্ৰকাশিত জাননীত কৰ্তন কৰা হৈছিল বিভাগটো।

news18assam
Updated:May 30, 2019, 10:37 AM IST
কৰ্তন কৰা নহয় কটন বিশ্ববিদ্যালয়ৰ BCA বিভাগ
পূৰ্বে বিশ্ববিদ্যালয়খনৰ প্ৰকাশিত জাননীত কৰ্তন কৰা হৈছিল বিভাগটো।
news18assam
Updated: May 30, 2019, 10:37 AM IST
কৰ্তন কৰা নহয় কটন বিশ্ববিদ্যালয়ৰ BCA বিভাগ। কৰ্তৃপক্ষৰ সৈতে আলোচনাৰ অন্তত গ্ৰহণ কৰা হয় সিদ্ধান্ত। পূৰ্বে বিশ্ববিদ্যালয়খনৰ প্ৰকাশিত জাননীত কৰ্তন কৰা হৈছিল বিভাগটো। আজি বিয়লি প্ৰকাশ পাব নামভৰ্তিৰ জাননী। পূৰ্বৰ সমানে থাকিব BCA বিভাগৰ আসনৰ সংখ্যা। ২ জুন পৰ্যন্ত অনলাইনযোগে আৱেদনৰ সুবিধা লাভ কৰিব শিক্ষাৰ্থীসকলে। স্নাতক শাখাৰ ইতিহাস, তৰ্কশাস্ত্ৰ আৰু দৰ্শন বিভাগত বৃদ্ধি কৰা হৈছে আসনৰ সংখ্যা। ১২ জুনৰ পৰা ১৪ জুনলৈ হ’ব নামভৰ্তি।
আৰু চাওক পৰৱৰ্তী বাতৰি