জালিয়াতিৰ অভিযোগ খোদ জাতীয় সংগঠনৰ প্ৰাক্তন সভাপতিৰ বিৰুদ্ধে!

অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতিৰ বিৰুদ্ধে অভিযোগ শ্ৰম বিভাগৰ

News18-Assam
Updated:August 2, 2019, 9:59 PM IST
জালিয়াতিৰ অভিযোগ খোদ জাতীয় সংগঠনৰ প্ৰাক্তন সভাপতিৰ বিৰুদ্ধে!
প্ৰতীকী ফটো
News18-Assam
Updated: August 2, 2019, 9:59 PM IST
অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতিৰ বিৰুদ্ধে জালিয়াতিৰ অভিযোগ। প্ৰাক্তন সভাপতি প্ৰবীণ বৈশ্যৰ বিৰুদ্ধে এই অভিযোগ শ্ৰম বিভাগৰ। শ্ৰমিকৰ ঠিকাৰ লাইসচেন্স জালিয়াতিৰ অভিযোগ তুলি শ্ৰম বাবে ভাগে পত্ৰ লিখিছিল অনুসূচীত জাতি উন্নয়ন নিগমলৈ।



ইয়াৰ পিছতে প্ৰবীণ বৈশ্যৰ বিৰুদ্ধে অসম অনুসূচীত জাতি উন্নয়ন নিগমে দিছপুৰ থানাত গোচৰ তৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি