• Home
  • »
  • News
  • »
  • assam
  • »
  • Corrupted Excise Officer : উৎকোচ লৈ হাতে–লোটে কৰায়ত্ত আবকাৰী বিষয়া বৰষা বৰা বৰদলৈৰ ডিব্ৰুগড়ৰ বাসগৃহ ছীল

Corrupted Excise Officer : উৎকোচ লৈ হাতে–লোটে কৰায়ত্ত আবকাৰী বিষয়া বৰষা বৰা বৰদলৈৰ ডিব্ৰুগড়ৰ বাসগৃহ ছীল

২০ হাজাৰ টকা লৈ জালত পৰিছিল আবকাৰী বিভাগৰ বিষয়াগৰাকী

২০ হাজাৰ টকা লৈ জালত পৰিছিল আবকাৰী বিভাগৰ বিষয়াগৰাকী

২০ হাজাৰ টকা লৈ জালত পৰিছিল আবকাৰী বিভাগৰ বিষয়াগৰাকী

  • Share this:
মৰিগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত অসম আৰক্ষীৰ দুৰ্নীতি নিৰ্বাৰক শাখাই অভিযান চলাই
গ্ৰেপ্তাৰ কৰা মৰিগাঁওৰ আবকাৰী বিভাগৰ অধ্যক্ষ বৰষা বৰা বৰদলৈৰ ডিব্ৰুগড়ৰ বাসগৃহ ছীল কৰা হৈছে।

উল্লেখ্য, ২০ হাজাৰ টকা উৎকোচ লোৱা অৱস্থাত হাতে–লোটে বৰষা বৰা বৰদলৈক কৰায়ত্ত কৰিছিল মুখ্যমন্ত্ৰীৰ দুৰ্নীতিৰ নিৰ্বাৰক শাখাই। জাগীৰোডৰ এজন ব্যৱসায়ীৰ পৰা ১ লাখ টকা উৎকোচ বিচাৰি ২০ হাজাৰ টকা লৈ জালত পৰিছিল আবকাৰী বিভাগৰ বিষয়াগৰাকী।

সম্প্ৰতি মহিলা আৰক্ষী থানাত ৰখা হৈছে বৰষা বৰা বৰদলৈক। অহা মাৰ্চ মাহত অৱসৰ গ্ৰহণ কৰিবলগীয়া বৰদলৈয়ে টকা নহ'লে কোনো কামেই নকৰে বুলি অভিযোগ পোৱা গৈছিল।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি