মুখ্যপৃষ্ঠা » খবৰ

» অসম

»উত্তৰ লখিমপুৰৰ ব্যক্তি কোৰোণাত আক্ৰান্ত, ৰাজ্যত আক্ৰান্তৰ সংখ্যা ২৫ জনলৈ বৃদ্ধি

উত্তৰ লখিমপুৰৰ ব্যক্তি কোৰোণাত আক্ৰান্ত, ৰাজ্যত আক্ৰান্তৰ সংখ্যা ২৫ জনলৈ বৃদ্ধি

News18 Assam | News18-Assam
Updated:April 4, 2020, 11:57 AM IST
উত্তৰ লখিমপুৰৰ ব্যক্তি কোৰোণাত আক্ৰান্ত, ৰাজ্যত আক্ৰান্তৰ সংখ্যা ২৫ জনলৈ বৃদ্ধি
এই কথা টুইটাযোগে জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

এই কথা টুইটাযোগে জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

  • Share this:
ৰাজ্যত আকৌ বৃদ্ধি পাইছে কোৰোণাত আক্ৰান্তৰ সংখ্যা। এইবাৰ উত্তৰ লখিমপুৰৰ এজন ব্যক্তিৰ দেহত ধৰা পৰিছে কোৰোণা ভাইৰাছৰ অৱস্থিতি। উত্তৰ লখিমপুৰৰ কোৰোণাত আক্ৰান্ত ব্যক্তিজনো নিজামুদ্দিনলৈ গৈছিল। এই কথা টুইটাযোগে জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।



এনেদৰে এতিয়া ৰাজ্যত প্ৰত্যেক দিনাই বৃদ্ধি পাইছে কোৰোণা ভাউৰাছত আক্ৰান্তৰ সংখ্যা। ২৪ ঘণ্টাৰ ভিতৰতে ৰাজ্য়ত পাঁচজনৰ দেহত নতুনকৈ কোৰোণাৰ অৱস্থিত ধৰা পৰিছে। জানিব পৰা মতে, লখিমপুৰত কোৰোণাত আক্ৰান্ত লোকজন কে বি ৰোডৰ। ১৬ তাৰিখে লোকজন নিজামুদ্দিনৰ পৰা আহি লখিমপুৰত উপস্থিত হৈছিল।
Published by: Himangshu Bhuyan
First published: April 4, 2020, 11:27 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি